মস্তিষ্কমস্তিষ্ক-বিকৃতি

মস্তিষ্ক মৃত্যু (Assamese) [ Roman: mos.tis.ko mrit.yu]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-27
1. Medical Science(Abstract Noun) the irreversible loss of all functions of the brain, including the brainstem. The three essential findings in brain death are coma, absence of brainstem reflexes, and apnoea. দুৰ্ঘটনা বা অন্য কাৰণত ৰক্তক্ষৰণ আদিৰ বাবে, মস্তিষ্কৰ ক্ৰিয়া সম্পূৰ্ণ বন্ধ হৈ যোৱা অৱস্থা৷ ইয়াক আকৌ ঘূৰাই সক্ৰিয় কৰিব পৰা নাযায়৷ এই অৱস্থাত কলিজা, হাওঁফাওঁ আৰু তেজ চলাচল হৈ থাকে৷ ই আইনৰ দৃষ্টিতো মৃত্যু৷ এই সময়তে দেহৰ কলিজা, লিভাৰ দৰে কিছু অংগ অন্য দেহলৈ নিব পাৰি৷